| title | "ৱিকিমিডিয়া ফাউণ্ডেশ্যন ব'ৰ্ড অৱ ট্ৰাষ্ট্ৰীজ নিৰ্বাচন ২০২২" |
|---|
| intro | "[https://meta.wikimedia.org/wiki/Special:MyLanguage/Wikimedia_Foundation_elections/2022/Candidates প্ৰাৰ্থীসকলৰ বিষয়ে অধিক জানক]
এই নিৰ্বাচনৰ ফলত দুইগৰাকী প্ৰাৰ্থী ৱিকিমিডিয়া ফাউণ্ডেশ্যন ব'ৰ্ড অৱ ট্ৰাষ্ট্ৰীজলৈ নিৰ্বাচিত হ'ব।
* এই নিৰ্বাচনত একক স্থানান্তৰযোগ্য ভোটদান পদ্ধতি ("এছটিভি") ব্যৱহাৰ কৰা হৈছে। [https://meta.wikimedia.org/wiki/Special:MyLanguage/Wikimedia_Foundation_elections/Single_Transferable_Vote মেটা-ৱিকিত গণনা প্ৰক্ৰিয়াৰ এক ব্যাখ্যা] আগবঢ়োৱা হৈছে।
* ভোটদানৰ পৃষ্ঠাখনত ড্ৰপ্ডাউন বাকচৰ এটা ক্ৰম আছে। পৃষ্ঠাৰ ওপৰৰ পৰা আৰম্ভ কৰি প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰৰ ক্ৰমত বাছনি কৰক, "অগ্ৰাধিকাৰ ১" (আটাইতকৈ বেছি পছন্দ কৰা)ৰ পৰা "অগ্ৰাধিকাৰ ৬" (আটাইতকৈ কম পছন্দ কৰা)লৈ।
* আপুনি প্ৰতিগৰাকী প্ৰাৰ্থীক ভোট দিয়াৰ প্ৰয়োজন নাই। আপুনি যিকোনো সময়তে প্ৰাৰ্থীৰ ৰেংকিং বন্ধ কৰিব পাৰে। উদাহৰণস্বৰূপে, আপুনি কেৱল এগৰাকী প্ৰাৰ্থী বা চাৰিগৰাকী প্ৰাৰ্থী বা আটাইকেইগৰাকী প্ৰাৰ্থীক ৰেংক দিব পাৰে।
* নিৰ্বাচনৰ সময়ত আপোনাক আপোনাৰ ভোট সলনি কৰিবলৈ অনুমতি দিয়া হয়। ই আপোনাৰ পূৰ্বৱৰ্তী ভোটদান অভাৰৰাইট কৰি পেলাব। আপুনি যিমানবাৰ বিচাৰে সিমানবাৰেই এইটো কৰিব পাৰে।" |
|---|
| jump-text | "ভোটদান কেন্দ্ৰীয় ৱিকি এটাত অনুষ্ঠিত হ'ব। স্থানান্তৰিত হ'বলৈ অনুগ্ৰহ কৰি তলৰ বুটামটো ক্লিক কৰক।" |
|---|
| return-text | "ৱিকিমিডিয়া ফাউণ্ডেশ্যন নিৰ্বাচন ২০২২ৰ প'ৰ্টেল" |
|---|
| unqualified-error | "ক্ষমা কৰিব, কিন্তু আপুনি যোগ্য ভোটাৰ তালিকাত থকা যেন লগা নাই। ভোটাৰৰ যোগ্যতা আৰু আপুনি যোগ্য হ'লে ভোটাৰ তালিকাত কেনেকৈ যুক্ত হ'ব সেই বিষয়ে অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি [https://meta.wikimedia.org/wiki/Special:MyLanguage/Wikimedia_Foundation_elections/2022/FAQ ভোটাৰ সহায় পৃষ্ঠা]লৈ যাওক।" |
|---|